Jagat Guru
Similar songs
Bihuti ahile
Rahul Phukon04:22
Dhire Dhire
Vreegu Kashyap,Subasana Dutta04:27
Dheere Dheere
Vreegu Kashyap,Subasana Dutta04:26
Maa
Kiran Saikia03:44
O Kajol
Neel Akash,Nilakshi Neog04:43
Xuti Abixone
Bornali Kalita05:20
Anjana Tumar Hahit
Zubeen Garg,Priyanka Bhagawati03:19
O Hiramoni
RAJA RAG,KALPANA MORAN04:55
Radhika
Ankur Kashyap Saikia03:41
Tora 2020
Rabindra Bailung03:35
Similar Songs
Bihuti ahile
Rahul Phukon
Dhire Dhire
Vreegu Kashyap,Subasana Dutta
Dheere Dheere
Vreegu Kashyap,Subasana Dutta
Maa
Kiran Saikia
O Kajol
Neel Akash,Nilakshi Neog
Xuti Abixone
Bornali Kalita
Anjana Tumar Hahit
Zubeen Garg,Priyanka Bhagawati
O Hiramoni
RAJA RAG,KALPANA MORAN
Radhika
Ankur Kashyap Saikia
Tora 2020
Rabindra Bailung
About song
Album: Jagat Guru
Genre :Devotional
158 Plays
Music Director:Amit Kashyap-Rupam Borah
Tune:Amit kashyap
Lyricist:Amit Kashyap
Composition:Amit Kashyap
Copyright © Kashyap Melodies
Lyrics
Amit Kashyap: জগত গুৰু
জ্ঞানৰ মনি তুমি
শংকৰ গুৰু ... ..
আকৌ আহা আমাৰ মাজলৈ...,
ভকতিৰ অমিয়া ৰৰ্স
সমাজত বিলাবলৈ ...,
দিলা ধৰ্ম তুমি গুৰু হ’ল ব্যভিচাৰ
দূৰ কৰা তুমি গুৰু
অজ্ঞান আন্ধাৰ... অ
আকৌ শংকৰ গুৰু
আহা আমাৰ মাজলৈ
ভকতিৰ অমিয়া ৰস
সমাজত বিলাবলৈ ...,
দিলা ধৰ্ম তুমি গুৰু হ’ল ব্যভিচাৰ
দূৰ কৰা তুমি গুৰু
অজ্ঞান আন্ধাৰ... অ
তুমি প্ৰভূ শংকৰ গুৰু
ভকতৰ কল্পতৰু
নাম ধৰ্ম কৰিলা প্ৰচাৰ.....
জগতক উদ্ধাৰিলা প্ৰেমেৰে বান্ধিলা ।
কলি যুগে ভৈলা অৱতাৰ ... অ.. গুৰু
কলি যুগে ভৈলা অৱতাৰ
[9/7, 3:11 PM] Amit Kashyap: এ ৰাম ..
জানি এৰা আন কৰ্ম
কালিত কীৰ্তন ধৰ্ম
হৰি নামে জগত উদ্ধাৰ
জানি এৰা আন মতি
ভকতিত কৰা ৰাতি
নেৰিবা মুখত ৰাম নাম
শংকৰ দেৱ আঙুলি
নাহৰ চম্পা কলি
হাতত ৰত্নাৱলী পুথি
সেইখন পুথিৰে ভকতক বুজালে নেৰুবা নামৰে খুতি
হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে
প্ৰেম অমৃতৰ নদী
শ্ৰী গুৰু শংকৰে পৰে ভাঙি দিলে
বহে ব্ৰক্ষ্মাণ্ডক ভেদি ,,
কি নামে বান্ধিলা ভেটি শংকৰ গুৰু
কি নামে বান্ধিলা ভেটিত
তোমাৰ গীতে মাতে অমিয়া সুৰেৰে
আমি অসমীয়া জাতি শংকৰ গুৰু
কি নামে বান্ধিলা ভেটি ,,